অকণিৰ পৃষ্ঠা











বেটুপাত, দ্বিতীয় বৰ্ষ, সপ্তম সংখ্যা, মাৰ্চ- ২০১৮







দ্বিতীয় বৰ্ষ, ষষ্ঠ সংখ্যা, ফেব্ৰুৱাৰী- ২০১৮






***************************

বেটুপাত, দ্বিতীয় বৰ্ষ, পঞ্চম সংখ্যা, জানুৱাৰী- ২০১৮





কবিতাঃ


দেউতা

আমনি নালাগে তোমাৰ মুখকনি চাই,
নোৱাৰো থাকিব তোমাৰ অবিহনে জীয়াই।
মই এবাৰ কলেই তুমি মোৰ কাম কৰি দিয়া,
পকেটত পইচা নাথাকিলেও মোক চকলেট কিনি দিয়া,
মই ভালকৈ পঢ়িবৰ বাবে তুমি বহু কষ্ট কৰা।
হিয়া ভৰা মৰম দিছোঁ তোমাক ভালপাওঁ বুলি,
তুমি মোৰ দেউতা মই তোমাৰ ছোৱালী।


-      শ্ৰী চিমি কলিতা,
শ্ৰেণীঃ  অষ্টম
বিদ্যালয়ঃ পাইঅ'নীয়াৰ একাডেমী, পুঠিমাৰী

বেটুপাত, দ্বিতীয় বৰ্ষ, প্ৰথম সংখ্যা, ছেপ্টেম্বৰ - ২০১৭


বেটুপাত, প্ৰথম বৰ্ষ, দ্বাদশ সংখ্যা - ২০১৭

জোনবাই

মোৰ নাম জোনবাই
থাকোঁ আকাশত জিলমিলাই

সন্ধ্যাৰ পৰা পুৱালৈকৈ
মই থাকোঁ পোহৰ বিলাই

মোক দেখি মইনাহঁতে
মাতে ৰিঙিয়াই

মইনাহঁতৰ মাত শুনি
মই দিওঁ বাই বাই

: ভৃগু কুমাৰ হাজৰিকা

---------------------